হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বিভিন্ন সময়ত বহু চৰকাৰী আচনি গ্ৰহণ কৰা হৈছে যদিও আশানুৰূপ সমাধান হোৱা নাই। জিলা খনৰ আইতনীয়া মিৰি গাওঁ হৈছে হাতী মানুহৰ সংঘাতৰ অন্য এক নাম। সেই স্থানৰ দীৰ্ঘদিনীয়া এই সমস্যাৰ স্থায়ী সমাধান কৰিবৰ বাবে অৱশেষত ২০২১ চনত আইতনীয়া মিৰি গাঁৱত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে চ'লাৰ ফেঞ্চিং প্ৰকল্পৰ আধাৰশিলা কৰা হয়। আৰু সম্পুৰ্ণ হোৱা সেই প্ৰকল্পৰ আজি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগে। ২৮ লাখ টকা ব্যয় সাপেক্ষে প্ৰায় ৬ কিলোমিটাৰ দুৰত্ব চলাৰ ফেঞ্চিঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAP નેતા Raju Karpada અને Pravi Ram વિરુદ્ધ અફવા ફેલાવનાર ભાજપના નેતાઓને પ્રવીણ રામનો વળતો જવાબ
AAP નેતા Raju Karpada અને Pravi Ram વિરુદ્ધ અફવા ફેલાવનાર ભાજપના નેતાઓને પ્રવીણ રામનો વળતો જવાબ
Money Saving Tips: OTT सब्सक्रिप्शन लेते समय ध्यान में रखें ये बातें, हर साल बचा सकेंगे हजारों रुपये....
इंटरनेट और मोबाइल के जमाने में ज्यादातर लोग एंटरटेनमेंट के लिए OTT प्लेटफॉर्म पर निर्भर करते हैं।...
कांग्रेस के नवमनोनीत सुमेरपुर नगर अध्यक्ष मेवाड़ा का गर्म जोशी से स्वागत
कांग्रेस के नवमनोनीत सुमेरपुर नगर अध्यक्ष मेवाड़ा का गर्मजोशी से स्वागत
- कांग्रेस कमेटी...
તળાજાના દિહોર ગામે ટેન્કર વીજપોલ સાથે ધડાકાભેર અથડાતા અફડા તફડી મચી
તળાજાના દિહોર ગામે ટેન્કર વીજપોલ સાથે ધડાકાભેર અથડાતા અફડા તફડી મચી