বঙাইগাঁও মহাবিদ্যালয়ত আজি "কোৱালিটি কনছাৰ্ন ইন হাইয়াৰ ইডুকেশ্বন,এ ভিউ ফ্ৰম ইণ্ডিয়া ” শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্টিত হয় ৷ আলোচনাচক্ৰত ভাৰতবৰ্ষৰ নতুন দিল্লী, অৰুণাচল, নাগালেণ্ড, মেঘালয়, মনিপুৰ, এলাহাবাদ আদি বিভিন্ন প্ৰান্তৰ পৰা অধ্যাপক,প্ৰৱক্তা সকল উপস্থিত থাকে ৷ আলোচনাচক্ৰত দিল্লী বিশ্ববিদ্যালয়ৰ ড° সন্দিপ কুমাৰে মূল ভাষন আগবঢ়ায় তথা সমল ব্যক্তি হিচাবে উপস্থিত থাকে ৷ কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক অনু দাস শৰ্মা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক নিৰোধা মেধিয়ে উপস্থিত থকা আলোচনাচক্ৰত সমবেত কলেজ শিক্ষক তথা বিভিন্ন ৰিচাৰ্ছ স্কলাৰ সকলৰ পাঠ কৰা গৱেষণা পত্ৰ সমুহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পূৰবী বৈশ্যই একাডেমিক ছেচনত উপস্থাপন কৰে৷উল্লেখ্য ৰাজ্যখনত যদিও উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বঢ়াৰ বিপৰীতে শিক্ষা প্ৰতিষ্ঠান সমুহে বিভিন্ন সমস্যাত ভূগিবলগীয়া হৈছে সেয়ে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ মাধ্যমেৰে যাতে এনে সমস্যা সমুহ দূৰ কৰিব কৰা যায় আৰু ইয়াৰ এটা সুস্থিৰ সিদ্ধান্ত লৈ আহিব পাৰে,তাৰে ওপৰত বিশেষভাৱে স্থান লাভ কৰাৰ কথা প্ৰকাশ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড: দীনেশ দাসে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राहुल गांधी पर आपत्तिजनक टिप्पणी पर कांग्रेस कार्यकर्ताओं का प्रदर्शन, कलेक्ट्रेट का मुख्य गेट तोड़ा
बूंदी.राहुल गांधी पर की गई आपत्तिजनक टिप्पणी को लेकर देश और प्रदेश में कांग्रेस कार्यकर्ताओं के...
AAP govt. colluded with Lawrence Bishnoi, Inquiry report on his interviews must be made public: Chugh
BJP national general secretary Tarun Chugh today demanded the AAP government in Punjab to unravel...
The Moon, as viewed by Chandrayaan3 spacecraft during Lunar Orbit Insertion (LOI) on August 5, 2023
The Moon, as viewed by Chandrayaan3 spacecraft during Lunar Orbit Insertion (LOI) on August 5,...
আমগুৰিত বিকাশ যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ
শিৱসাগৰঃ আমগুৰিত বিকাশ যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কেইবাখনো বিদ্যালয়ৰ...