তিনিচুকীয়া জিলাৰ ডুমডুমাৰ জি. এন. বি. পথৰ এটা বাসগৃহৰ পৰা বিষাক্ত মন'কেলড ক'ব্ৰা সাপ উদ্ধাৰ কৰা হৈছে । ডিগবৈৰ ৱাইল্ড কেয়াৰ ফাউণ্ডেচনৰ সদস্যৰ দ্বাৰা সাপটো উদ্ধাৰ কৰা হয় । এই বিষাক্ত সাপটো ডুমডুমাৰ জি. এন. বি. পথৰ এজন লোকৰ বাসগৃহত আছিল । ৱাইল্ড কেয়াৰ ফাউণ্ডেচনৰ সদস্য সকলক খবৰ দিয়াত তেওঁলোকে আহি সাপটো উদ্ধাৰ কৰে । বিষাক্ত মন'কেলড ক'ব্ৰা সাপটো উদ্ধাৰ কৰাৰ পাছত ৱাইল্ড কেয়াৰ ফাউণ্ডেচনৰ সদস্য সকলে বনাঞ্চলত এদি দিয়ে ।
ৱাইল্ড কেয়াৰ ফাউণ্ডেচনৰ দ্বাৰা ডুমডুমাৰ জি. এন. বি. পথৰ এটা বাসগৃহৰ পৰা বিষাক্ত মন'কেলড ক'ব্ৰা উদ্ধাৰ ।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_341bb54496abbb3298ae04f257ec1fdf.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)