নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড খৰাঙে দহিছে খেতিপথাৰ৷ইটোৰ পিচত সিটো বিপদে লগ নেৰা দুৰ্ভগীয়া কৃষক সকলে এতিয়া আকাশৰ ফালে চাই বৰষুণ মাগিছে বৰুন দেৱতাক৷দুৰ্ভাগ্যজনক কথা যে জিলাখনৰ বিভিন্ন প্ৰান্তত কৃষকৰ উপকাৰত অহাকৈ সৌৰশক্তি চালিত পাম্প বহুৱাই খেতিপথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা কৰিছিল৷কিন্তু সেইসকলৰ বেচি ভাগে বৰ্তমান বিকল হৈ আছে৷ইয়াৰ ভিতৰত দেহাৰকুছিত থকা দুটা সৌৰশক্তিৰ পানী যোগান প্ৰকল্প স্থাপনৰ পিচৰে পৰা এদিনো পথাৰত পানী দিৱ পৰা নাই৷সেয়েহে দুৰ্ভগীয়া কৃষকে কৈছে যে কেৱল প্ৰদৰ্শনৰ বাবে এনেকুৱা আচনি লৈ ৰাইজক ঠগোৱাটো দুৰ্ভাগ্যৰ কথা৷এনেকুৱা ঠিকাদাৰ পোহা আচনি বাদ দিয়াৰ বাবেও জলসিঞ্চন বিভাগক দাবী জনাইছে কৃষক সকলে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন
গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন
પ્રેક્ષકો સુનીલ શેટ્ટીની પ્રથમ હિરોઈનના સ્મિતના દિવાના હતા, જે નામથી જ ફિલ્મ જોવા માટે ખેંચાતા હતા.
સુનીલ શેટ્ટી-દિવ્યા ભારતીઃ બોલિવૂડના પાવરફુલ એક્ટર સુનીલ શેટ્ટીને કોણ નથી જાણતું. નેવુંના દાયકાના...
Google I/O 2024 की तैयारी कर रही कंपनी, एंड्रॉइड 15 और Pixel 8A सहित पेश किए जाएंगे कई डिवाइस
I/O 2024 इवेंट में Google अपने Pixel 8A स्मार्टफोन को पेश करेगा। इसमें कई नए फीचर्स को शामिल किया...
मागील वर्षी अतिवृष्टी ने नुकसान ग्रस्त शेतकऱ्यांना तात्काळ मदत द्या
मालेगाव तालुक्यात मागील वर्षी ऑक्टोबर 2021 मध्ये तालुक्यात मोठ्या प्रमाणावर अतिवृष्टी झाली होती...