নাজিৰা সমষ্টিৰ দ'লবাগান চন্টক সংযোগী ঐতিহাসিক ৰমণী আলিৰ মিঠাপুখুৰীত থকা এটা গুৰুত্বপূৰ্ণ পুল ভাগি পৰাত পথটোত যাতায়ত প্ৰায় স্তব্ধ হৈ পৰিছে ।