পুনৰ ইতিহাস ৰচিলে জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই। লুছানত অনুষ্ঠিত ডায়মণ্ড লীগ মীটৰ খিতাপ অৰ্জন নীৰজৰ। প্ৰথম ভাৰতীয় হিচাপে লাউচেন ডায়মণ্ড লীগত প্ৰথম স্থান লাভ কৰি পুনৰ উজলি উঠিল নীৰজ চোপ্ৰা। ৮৯.০৮ মিটাৰ জেভলিন দলিয়াই আন এক ৰেকৰ্ড গঢ়ে খেলুৱৈগৰাকীয়ে। যিটো তেওঁৰ কেৰিয়াৰৰ তৃতীয় শ্ৰেষ্ঠ থ্ৰো। নীৰজ চোপ্ৰাৰ কেৰিয়াৰৰ আন দুটা শ্ৰেষ্ঠ থ্ৰো হৈছে- ৮৯.৩০ মিটাৰ আৰু ৮৯.৯৪ মিটাৰ। এই বছৰৰ আৰম্ভণিতে ষ্টকহম ডায়মণ্ড লীগত চোপ্ৰাই ব্যক্তিগত শ্ৰেষ্ঠ ৮৯.৯৪ মিটাৰ দলিয়াই দ্বিতীয় স্থান লাভ কৰিছিল। কিন্তু সেই খেলতেই আঘাটো পাইছিল নীৰজে। যি আঘাটৰ বাবেই নিজৰ নাম কৰ্তন কৰিবলৈ বাধ্য হৈছিল কমনৱেল্থ গেমছৰ পৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দেৰগাঁও আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ ব্ৰহ্মপুত্ৰবাসীঅপৰাধীক ৰক্ষণাবেক্ষণ দিয়া অভিযোগত উত্তাল প্ৰতিবাদ
দেৰগাঁও আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ ব্ৰহ্মপুত্ৰবাসীঅপৰাধীক ৰক্ষণাবেক্ষণ দিয়া অভিযোগত উত্তাল প্ৰতিবাদ
ગાંધીનગરમાં પંચાયત હસ્તકના આરોગ્ય કર્મચારીઓના ફરીવાર ધરણા
ગાંધીનગરમાં પંચાયત હસ્તકના આરોગ્ય કર્મચારીઓના ફરીવાર ધરણા
जीवलग मैत्रीणीनं आत्महत्या केल्याचं पाहून तिनंही घेतला टोकाचा निर्णय अन्...
जीवलग मैत्रीणीनं आत्महत्या केल्याचं पाहून तिनंही घेतला टोकाचा निर्णय अन्...
દિયોદરના લાફાકાંડ મુદ્દે સાંસદ પરબતભાઈ પટેલનું નિવેદન....
દિયોદરના લાફાકાંડ મુદ્દે સાંસદ પરબતભાઈ પટેલનું નિવેદન....