পুনৰ ইতিহাস ৰচিলে জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই। লুছানত অনুষ্ঠিত ডায়মণ্ড লীগ মীটৰ খিতাপ অৰ্জন নীৰজৰ। প্ৰথম ভাৰতীয় হিচাপে লাউচেন ডায়মণ্ড লীগত প্ৰথম স্থান লাভ কৰি পুনৰ উজলি উঠিল নীৰজ চোপ্ৰা। ৮৯.০৮ মিটাৰ জেভলিন দলিয়াই আন এক ৰেকৰ্ড গঢ়ে খেলুৱৈগৰাকীয়ে। যিটো তেওঁৰ কেৰিয়াৰৰ তৃতীয় শ্ৰেষ্ঠ থ্ৰো। নীৰজ চোপ্ৰাৰ কেৰিয়াৰৰ আন দুটা শ্ৰেষ্ঠ থ্ৰো হৈছে- ৮৯.৩০ মিটাৰ আৰু ৮৯.৯৪ মিটাৰ। এই বছৰৰ আৰম্ভণিতে ষ্টকহম ডায়মণ্ড লীগত চোপ্ৰাই ব্যক্তিগত শ্ৰেষ্ঠ ৮৯.৯৪ মিটাৰ দলিয়াই দ্বিতীয় স্থান লাভ কৰিছিল। কিন্তু সেই খেলতেই আঘাটো পাইছিল নীৰজে। যি আঘাটৰ বাবেই নিজৰ নাম কৰ্তন কৰিবলৈ বাধ্য হৈছিল কমনৱেল্থ গেমছৰ পৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्वच्छ पानी सप्लाई नहीं होने से लोग पड़ रहे बीमार
कोटा. कनवास क्षेत्र के धूलेट कस्बे में वाटर बॉक्स के पानी सप्लाई द्वारा आम-जन को कहीं सारी...
BIG BREAKING-सुखबीर बादल पर फायरिंग, बाल-बाल बचे:गोल्डन टेंपल के गेट पर सजा भुगत रहे थे पूर्व डिप्टी CM
पंजाब के पूर्व डिप्टी CM सुखबीर सिंह बादल पर बुधवार को गोल्डन टेंपल के बाहर फायरिंग की गई।...
শ্বপিয়ান এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
শ্বপিয়ান, ৩০ আগষ্ট। জন্মু–কাশ্মীৰৰ শ্বপিয়ান জিলাৰ নাগবাল অঞ্চলত মঙলবাৰে নিৰাপত্তাৰক্ষী...
Shivraj Singh Chouhan Delhi में Nadda से मिलने क्यों पहुंचे? PM Modi-Amit Shah का ये प्लान! BJP। MP
Shivraj Singh Chouhan Delhi में Nadda से मिलने क्यों पहुंचे? PM Modi-Amit Shah का ये प्लान! BJP। MP