সোণাৰিত যতীন্দ্ৰ মোহন দেৱ প্ৰাথমিক বিদ্যালয়ৰ নৱ নিৰ্মিত বিদ্যালয় গৃহটি আজি  উদ্বোধন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।