নাজিৰাত সক্ৰিয় মানৱ সৰবৰাহকাৰী । তিনিজনক নাজিৰা আৰক্ষীয়ে উদ্ধাৰ । নাজিৰা সমষ্টিৰ বিহুবৰ মেঠনচোৱাৰ তিনিজন যুৱকক ৰবীন্দ্ৰ খদাল নামৰ লোকজনে অৰুণাচললৈ নিয়া সময়তে পলায়ণ কৰি নাজিৰা আদৰ্শ থানাত উপস্থিত হৈ ৰক্ষা পৰে । ৰবীন্দ্ৰ খদালৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । পূৰ্বতেই এই ব্যক্তিজনে ৫০ হাজাৰ, এক লাখ টকাৰ বিনিময়ত মানৱ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কিয় ক্ষুব্ধ হৈ আছে সোণাৰিৰ এখন গাঁওৰ ৰাইজ
এটা পথৰ জৰাজীৰ্ণ অবস্থায় যমৰ যাতনা ভোগাইছে সোণাৰি সমষ্টিৰ অসম অৰুণাচল সীমান্তৰ এখন গাঁওৰ ৰাইজক।
Aurya Diamonds new showroom launched in Jayanagar, Bengaluru.
Aurya Diamonds is a recently launched Bengaluru-based contemporary jewellery brand specialising...
માજી સૈનિક : સરકાર દ્વારા હવે કોઈ જાહેરાત કરવામાં નહિ આવે ત્યાં સુધી પરિવાર ડેડ બોડી નહિ સ્વીકારે
માજી સૈનિક : સરકાર દ્વારા હવે કોઈ જાહેરાત કરવામાં નહિ આવે ત્યાં સુધી પરિવાર ડેડ બોડી નહિ સ્વીકારે
বালিপৰা উঃ মাঃ বিদ্যালয়ত শিক্ষয়িত্ৰীক নিৰ্যাতনৰ ঘটনা আছু-আটছা-আক্ৰাছুৰ লগতে বহু সংগঠনৰ তদন্ত দাবী
যোৱা কিছুদিন ধৰি বালিপৰাৰ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰীয়ে বিদ্যালয়ত কৰ্মৰত...