নাজিৰাত সক্ৰিয় মানৱ সৰবৰাহকাৰী । তিনিজনক নাজিৰা আৰক্ষীয়ে উদ্ধাৰ । নাজিৰা সমষ্টিৰ বিহুবৰ মেঠনচোৱাৰ তিনিজন যুৱকক ৰবীন্দ্ৰ খদাল নামৰ লোকজনে অৰুণাচললৈ নিয়া সময়তে পলায়ণ কৰি নাজিৰা আদৰ্শ থানাত উপস্থিত হৈ ৰক্ষা পৰে । ৰবীন্দ্ৰ খদালৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । পূৰ্বতেই এই ব্যক্তিজনে ৫০ হাজাৰ, এক লাখ টকাৰ বিনিময়ত মানৱ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आ. रोहित पवारांचा बाबतीत शरद पवारांनी केले हे वक्तव्य
आ. रोहित पवारांचा बाबतीत शरद पवारांनी केले हे वक्तव्य
સિહોર શહેરમાં હરઘર ત્રિરંગા ની તૈયારી ને લઈને મિટિંગ યોજાઈ
શિહોરમાં હર ઘર તિરંગા ની તૈયારી ને લઈને નગરપાલિકા ખાતે બેઠક મળી આઝાદીના અમૃત મહોત્સવ અંતર્ગત...
રાધનપુરમાં કોંગ્રેસના આગેવાનોની મિટિંગ યોજાઇ
#buletinindia #gujarat #patan
অসমৰ ৰঙিয়াত উদ্ধাৰ মাতৃ, কন্যাৰ অৰ্ধগলিত মৃতদেহ
এক চাঞ্চল্যকৰ ঘটনাত সোমবাৰে অসমৰ কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত ৰঙিয়াত উদ্ধাৰ হয় মাতৃ-কন্যাৰ...