অসম-অৰুণাচল প্ৰদেশৰ যুটীয়া প্ৰতিনিধি দলে চৰাইদেউ জিলাৰ বিবদমান এলেকা শুক্ৰবাৰে পৰিদৰ্শন কৰে। চৰাইপুঙ অঞ্চলৰ এই এলেকাটো দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশে বেদখল কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল ্্ ইয়াৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা প্ৰশাসনৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, দুগৰাকী বিধায়ক সহ লংডিং জিলা প্ৰশাসনে যুটীয়াভাৱে পৰিদৰ্শন কৰে এলেকাটোৰ হাছিৰোচা, কামখোৰোচা আৰু টাংলামৰোচা। ইয়াৰ পাছতেই অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডামে কি মন্তব্য আগবঢ়ালে চাওক এই প্ৰতিবেদন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election 2024: Solapur में गरजे PM Narendra Modi, लोगों से वोट करने की अपील की
Lok Sabha Election 2024: Solapur में गरजे PM Narendra Modi, लोगों से वोट करने की अपील की
बाड़मेर: नवनिर्वाचित विधायक प्रियंका चौधरी ने किया जिला अस्पताल का औचक निरीक्षण
बाड़मेर: नवनिर्वाचित बाड़मेर विधायक डॉ प्रियंका चौधरी ने शुक्रवार को जिला अस्पताल का औचक निरीक्षण...
অসম বিধানসভাৰ সন্মুখত AIUDFৰ প্ৰতিবাদ
অসম বিধানসভাৰ সন্মুখত AIUDFৰ প্ৰতিবাদপ্ৰতিবাদৰ উদ্দেশ্য
नई Ducati Panigale V4 हुई पेश; एयरोडायनामिक विंगलेट, 4-पावर मोड सहित कई फीचर्स से लैस
वर्ल्ड डुकाटी वीक में नई Ducati Panigale V4 को पेश किया गया। यह बाइक पिछले वाली से कई बदलावों के...