গুৱাহাটী IIT ত অনুষ্ঠিত আঞ্চলিক আন্তঃকেন্দ্ৰীয় বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত কেন্দ্ৰীয় বিদ্যালয় অএনজিচি, নাজিৰাৰ খেলুৱৈয়ে দুটা সোণ আৰু দুটা ৰূপৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনে ।
নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ৰ সাফল্য। আঞ্চলিক আন্ত:কেন্দ্ৰীয় বিদ্যালয় ক্ৰীড়াত দুটা সোণ দুটা ৰূপৰ পদক ।

