মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী  নিজা প্ৰচেষ্টাত মাজুলীৰ পৰা প্ৰকাশ কৰি উলায়াইছে অস্তৰাগ নামৰ তিনিমহীয়া আলোচনী ৷

অষ্ট ৰাগৰ সমাহাৰ হোৱা আলোচনী খন প্ৰকাশ কৰি আন্দোলিত ছাত্ৰছাত্ৰী সকল। 

এই মৰহাস কৰা ছাত্ৰছাত্ৰী সকলক লৈ সুখি মহাবিদ্যালয়ৰ কতৃপক্ষও ৷ 

ছাত্ৰছাত্ৰী সকলো হৈ পৰিছে আনন্দত আত্মহাৰা ৷