GMCH ত সক্ৰিয় শিশু চুৰি চক্ৰ। শিশু চুৰি চক্ৰৰ সৈতে জড়িত দুগৰাকী মহিলাক আটক। আটকাধীন মহিলা দুগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দীৰ্ঘদিনৰ পৰাই বাহৰ পাতি আছিল। তেওঁলোকে তেজপুৰৰ এগৰাকী গৰ্ভৱতী মহিলাৰ সৈতে এটি শিশু বিক্ৰীৰ চুক্তি কৰিছিল। ৫০০০ টকাত চুক্তি হৈছিল শিশু বিক্ৰীৰ প্ৰক্ৰিয়া। GMCH ৰ কৰ্তৃপক্ষৰ তৎপৰতাত ধৰা পৰে দুই মহিলা। বয়সীয়াল মহিলা দুগৰাকী আহিছিল ৰোগী ৰখীয়া হিচাপে। এনে একাংশ ৰখীয়াই বিভাগত অপৰাধ কৰাৰ সন্দেহ। কিন্তু শিশুটি চুৰ কৰিবলৈ চেষ্টা কৰোতেই জি এম চি এইছৰ নিৰাপত্তাৰক্ষীয়ে হাতে লুটে ধৰা পেলাই।ধৃত মহিলা দুগৰাকী প্রমিলা ডেকা আৰু বিজিতা দাস। গৰ্ভৱতী মহিলা গৰাকীৰ নাম মইনা বৰা। গৰ্ভৱতী মহিলা গৰাকীৰ স্বামী বিহাৰত শ্ৰমিক হিচাপে কৰ্মৰত।সমগ্ৰ ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত জি এম চি এইছ কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
2021માં ભારતમાં દરરોજ બળાત્કારના સરેરાશ 86 કેસ નોંધાયા, NCRBનો ચોંકાવનારો અહેવાલ
નેશનલ ક્રાઈમ રેકોર્ડ બ્યુરો (NCRB)ના નવા રિપોર્ટ અનુસાર, 2021માં ભારતમાં બળાત્કારના કુલ 31,677...
CAG की रिपोर्ट पर विपक्ष ने घोटाले का आरोप लगाया, सफाई में Nitin Gadkari ये बोले |Dwarika Expressway
CAG की रिपोर्ट पर विपक्ष ने घोटाले का आरोप लगाया, सफाई में Nitin Gadkari ये बोले |Dwarika Expressway
১৬ ছেপ্তেম্বৰত মুক্তি পাব মিচিং ভাষাৰ চলচ্চিত্ৰ ‘বোম্বা ৰাইড’
গ্ৰাম্য জীৱনৰ আধাৰত নিৰ্মাণ কৰা, কেইবাটাও আন্তাৰ্জাতিক খ্যাতি লাভ কৰা বোম্বা ৰাইড ছবিখনে মুক্তি...
Parliament Session 2024: सरकार-विपक्ष के बीच बन गई है स्पीकर पद को लेकर सहमति! आज होगा नामांकन
Parliament Session 2024: सरकार-विपक्ष के बीच बन गई है स्पीकर पद को लेकर सहमति! आज होगा नामांकन