ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বগাদাত প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সভাখন আজি পানীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হয়। উক্ত সভাই নৱগঠিত সমিতি খনত সভাপতি জয়ন্ত চেতীয়া আৰু সাধাৰণ সম্পাদক হিৰণ্য দাসকে ধৰি ৪৯ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। পুৰণা সমিতি ভংগ কৰি নতুন সমিতিক আজি প্রতিনিধি সভাই দায়িত্ব অৰ্পণ কৰা হয়। নৱনিৰ্বাচিত সভাপতি,সম্পাদকে ধৰি নতুন সমিতিৰ সকলো বিষয়ববীয়ালৈ অভিনন্দন তথা শুভেচ্ছা জনায় ৰাজগড়ৰ আঞ্চলিক ছাত্ৰ সন্থাই
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કારેલી ગામે મહિલાનું ઘર તોડી નાખી મહિલાને ગમે તેમ ગાળો બોલી જાન થિ મારી નાખવાની ધમકી આપતા ફરિયાદ નોંધાઇ
કરેલી ગામે મહિલાનું ઘર તોડી નાખી મહિલાને ગમે તેમ ગાળો બોલી જાન થિ મારી નાખવાની ધમકી આપતા ફરિયાદ...
हत्ता नाईक येथे शिवीगाळ करून जीवे मारण्याची धमकी,एका विरुद्ध गुन्ह्याची नोंद.
हत्ता नाईक येथे शिवीगाळ करून जीवे मारण्याची धमकी,एका विरुद्ध गुन्ह्याची नोंद.
या...
સુરત: પોલીસે ફરિયાદી વિરુદ્ધ ગેરવર્તન કરતા નો વિડીયો સોશિયલ મીડિયા પર વાયરલ થયો
સુરત: પોલીસે ફરિયાદી વિરુદ્ધ ગેરવર્તન કરતા નો વિડીયો સોશિયલ મીડિયા પર વાયરલ થયો
কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী সুচেন্দ্ৰ বৰা
কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী সুচেন্দ্ৰ বৰা