২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়তো বন্ধ হ’ব ইন্টাৰনেট সেৱা। এই সেউজ সংকেত প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২১ আগষ্টত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়ত ৰাজ্য চৰকাৰে ইন্টাৰনেট সেৱা কৰ্তনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল ৰাজু প্ৰসাদ শৰ্মা নামৰ এজন ব্যক্তিয়ে। ইন্টাৰনেট সেৱা বন্ধ কৰাৰ ফলত ওলা-উবেৰ-ৰেপিড চালক সকলৰ লগতে ইন্টাৰনেটৰ জৰিয়তে ব্যৱসায় কৰা সকলৰ আৰ্থিক লোকচান হোৱাৰ দাবী তুলি উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন। এই আবেদনৰ দুদিন শুনানি গ্ৰহণৰ অন্তত শুকুৰবাৰে আদালতে ২৮ আগষ্টতো ইণ্টাৰনেট সেৱা কৰ্তনৰ সেউজ সংকেত প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত যাতে কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয় তাৰ বাবে ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত চৰকাৰৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Reset iPhone Passcode: बिना कुछ डिलीट किए आईफोन का पासकोड कैसे करें रिसेट, जानें स्टेप बाय स्टेप
iOS 17 के साथ iPhone में पासकोड रिसेट करना आसान हो गया है। इससे पहले के ऑपरेटिंग सिस्टम में...
કોર્પોરેશનની ઢીલી નીતિથી લોકો રોગચાળામાં સપડાશે@Sandesh News
કોર્પોરેશનની ઢીલી નીતિથી લોકો રોગચાળામાં સપડાશે@Sandesh News
Remedies for Graiey Hr: कॉफी पाउडर और करी पत्ते से करें उम्र से पहले सफेद हो रहे बालों का इलाज
पहले जहां सफेद बाल बढ़ती उम्र की पहचान हुआ करते थे, वहीं अब कम उम्र में ही लोगों के बाल सफेद होने...
दर्जन भर स्थानों पर लगाए पेड़
दर्जन भर स्थानो पर लगाए पेड़
श्रीमाधोपुर
निकटवर्ती भोजपुर गांव में चारागाह भूमि विकास...