🔸আজি দেশ ভক্তি দিৱস।

🔸দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস।

🔸মহানগৰীত Regional Rehabilitation center উদ্যোগত সমাজ কল্যাণ বিভাগৰ সহযোগত বিষ্ণু নিৰ্মলা শিশু পুঠিভৰালত দেশভক্তি দিৱস উদযাপন

🔸অনুষ্ঠানত বিশেষ ভাৱে সক্ষম শিশু সকলৰ মাজত আয়োজন কৰে বিভিন্ন প্ৰতিযোগিতা ।

🔸উপস্থিত থাকে জিলা সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰা,সমাজ কল্যাণ বিভাগৰ উপ-সঞ্চালক কণ্ডৰ্প দাসৰ লগতে কেইবাগৰাকী ব্যক্তি।