দৰঙৰ কৌপাটীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ দৰং জিলাৰ উদ্যোগত বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ দিন ধৰি চলি থকা প্ৰাথমিক শিক্ষা বৰ্গৰ সামৰণি পৰে । সামৰণিৰ দিনা বল্লভ ভাই পেটেল বিদ্যালয়ৰ পৰা কৌপাতী অঞ্চলত প্ৰায় তিনি কিমি পথ সঞ্চলন অনুষ্ঠিত হৈ যায়৷ পথ সঞ্চলনত জিলা কাৰ্যনিৰ্বাহ ধ্ৰুৱ জ্যোতি বৰুৱা, দলগাওঁ খণ্ডৰ সংঘ চালক অশোক উপাধ্যায়, বৰ্গ কাৰ্যবাহ গোবিন্দ শৰ্মা বৰুৱাৰ লগতে শতাধিক স্বয়ংসেৱকে অংশ গ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউৰ বৰহাটত মহিলা গুলিবিদ্ধ, আতংকিত ৰাইজ
চৰাইদেউৰ বৰহাটত মহিলা গুলিবিদ্ধ, আতংকিত ৰাইজব
পানবাৰীত গুলিৰ আঘাটত এগৰাকী মহিলা গুৰুত্ব ভাবে...
પાટણ પોલીસે 3 કરોડની લૂંટનો ભેદ ગણતરીના કલાકોમાં ઉકેલાયો
પાટણ પોલીસે 3 કરોડની લૂંટનો ભેદ ગણતરીના કલાકોમાં ઉકેલાયો
गाली-गलौच करने से टोकने पर किया हमला, युवक से धक्का-मुक्की कर दुकान के गेट पर मारा डंडा, सीसीटीवी में आए नजर
दुकान के सामने बैठकर गाली-गलौच करने पर टोकने की बात को लेकर युवकों ने हंगामा कर दिया। युवकों ने...
રિક્ષા ચાલક અને ચેમ્બર ઓફ કોમર્સ ના પ્રમુખ વચ્ચે મીટીંગ યોજાઈ
રિક્ષા ચાલક અને ચેમ્બર ઓફ કોમર્સ ના પ્રમુખ વચ્ચે મીટીંગ યોજાઈ