অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগলৈ আশাৰ বতৰা। অতি শীঘ্ৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সমস্যা সমাধানৰ আশ্বাস ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বৰাৰ। অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগটোক এক নতুন গতি প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰৰ তৰফৰ পৰা এক নতুন চাহ নীতি প্ৰস্তুত কৰাৰ কথা ঘোষণা মন্ত্ৰী বিমল বৰাৰ। টিংখাঙৰ এই মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই।