শুক্ৰবাৰে সন্ধিয়া তিনিচুকীয়া-মাকুম পথত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুগৰাকী ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি As01 Fb4030 নম্বৰৰ এখন তীব্ৰগতিত অহা ভেন’ বাহনে খুন্দা মাৰে তিনিখনকৈ বাহনক ৷ ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত দুগৰাকীক চিকিৎসাৰ কাৰণে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ বাহনখন জব্দ কৰি আটক কৰে তিনিওগৰাকী আৰোহীক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ओसी जैन को आठवी क्लास मे 97.5 परसेंटेज के साथ मिली सफलता
एमपी बोर्ड आठवीं के एग्जाम रिजल्ट घोषित होने के बाद विद्यार्थी चहक उठे...
કાંકરેજ :- નાણોટા ગામે વીજ ચેકીંગને પગલે ખેડૂતોમાં રોષ..
કાંકરેજ પંથક માં UGVCL ની ટીમો દ્વારા ચેકીંગ,,નાણોટા ગામે વીજ ચેકીંગને પગલે ખેડૂતોમાં રોષ,,બહુમતી...
ખેટવા ગામે બ્રહ્માણી માતાજીના મંદીરે હવન-યજ્ઞ યોજાયો
ખેટવા ગામે બ્રહ્માણી માતાજીના મંદીરે હવન-યજ્ઞ યોજાયો
बाल अधिकार सप्ताह के अन्तर्गत जागरूकता कार्यक्रम का हुआ आयो
बाल अधिकार सप्ताह अंतर्गत जिला प्रशासन, बाल अधिकारिता विभाग, एक्शन एड-यूनिसेफ व चाईल्ड लाईन के...
গোগামুখত আতৰাই নাই বানৰ বিভিহিকা খেতি পথাৰ, ঘৰ বাৰী পানী তলত
শাওনৰ দ্বিতীয় টো বানে গোগামুখ ৰাজহ চক্ৰ অন্তৰ্গত প্ৰায় ৪০ খন গাঁৱৰ হাজাৰ হাজৰ হেক্টৰ খেতি...