কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চালাখাটি নয়াচৰাত অঙ্কন। জিলাৰ অন্তৰ্গত বাচুগাঁও গুৰুকুল বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী কঢ়িওৱা স্কুল বাছত শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ। ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ আৰক্ষীৰ। ঘটনাৰ সংক্ৰান্তত বিদ্যালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে চালাখাটি আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছে। সোধ পোচৰ বাবে এজনক আৰক্ষীয়ে আটক কৰিছে যদিও দুজন পলাতক অবস্থাত আছে। আজি পুৱা কোনো এখন বাহনে উক্ত পথত ছাগলী খুন্দিয়াই থৈ যোৱা পিছত এই স্কুল বাছকে খুন্দিওৱা বুলি দুৰ্বৃত্তই সংঘটিত কৰে শিলগুটি নিক্ষেপৰ ঘটনা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BJP vs Eknath Shinde | ही' खेळी... भाजपच शिंदेंचा करेक्ट कार्यक्रम करणार?
BJP vs Eknath Shinde | ही' खेळी... भाजपच शिंदेंचा करेक्ट कार्यक्रम करणार?
JDU को आज मिल सकता है नया कार्यकारी अध्यक्ष
जदयू के राष्ट्रीय कार्यकारिणी की बैठक आज दिल्ली में हो रही है। जदयू के राष्ट्रीय अध्यक्ष नीतीश...
ભારે વરસાદ ની આગાહી : હવામાન વિભાગની આગાહી- દેશના આ રાજ્યોમાં આગામી 5 દિવસ સુધી પડી શકે છે ભારે વરસાદ
ભારતીય હવામાન વિભાગ (IMD) એ મંગળવારે આગામી પાંચ દિવસ સુધી દેશના કેટલાક ભાગોમાં ભારે વરસાદની આગાહી...
જેતપુર જુનાગઢ હાઇવે પર અકસ્માત સર્જાયો || JKS NEWS
જેતપુર જુનાગઢ હાઇવે પર અકસ્માત સર્જાયો || JKS NEWS
যোৰহাটত আত্মসহায়ক গোটৰ জাতীয় পতাকা বিক্ৰী
হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰ বাবে পতাকা বিক্ৰী মহিলাৰ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ...