তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীয়ে অসমৰ একমাত্ৰ শিক্ষক হিচাপে এই বছৰৰ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।উক্ত মিনাক্ষী গোস্বামী ইংৰাজী বিষয়ৰ এগৰাকী দক্ষ শিক্ষয়িত্ৰী।অহা ৫ ছেপ্টম্বৰত দেশৰ ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত এই বঁটা প্ৰদান কৰিব।দেশৰ ৪৬ গৰাকী শিক্ষকক এই বঁটা প্ৰদান কৰা হব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Renault Cars पर मिल रहा बंपर डिस्काउंट, Kiger और Triber पर 70,000 रुपये तक की छूट
Renault Cars September Discount Offer Renault India ने सितंबर 2024 के लिए डिस्काउंट ऑफर जारी किया...
ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ গোলাঘাট
ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ গোলাঘাট
1 crore children set a world record by singing patriotic songs together
1 crore children set a world record by singing patriotic songs together
मेडीकल कॉलेजच्या जमिनीची पाहणीसाठी आलेल्या दिल्ली एम्सच्या टीमची घेतली आमदार डॉ देवराव होळी यांनी भेट
मेडिकल कॉलेज जमिनीच्या पाहणीसाठी आलेल्या दिल्ली एम्सच्या टीमसोबत आमदार डॉ देवरावजी होळी यांची...