মৰণ ফাণ্ডত পৰিণত হৈছে কাজিৰঙাৰ বাগৰীত থকা গোলাঘাট জিলাৰ আদৰণি তোৰণ।নিম্নাংশত মেলিছে বৃহৎ ফাট।যিকোনো মুহূৰ্তত দূৰ্ঘটনাৰ আশংকা স্থানীয় ৰাইজৰ।উল্লেখ্যে যে বোকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ উদ্যোগত নগাওঁ আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী বাগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কংক্ৰিটেৰে নিৰ্মাণ কৰা হৈছিল সফুৰা দুখন। কিন্তু মেৰামতিৰ অভাৱত সফুৰা দুখন নষ্ট হোৱাৰ উপক্ৰম হৈছে।এইক্ষেত্ৰত বোকাখাত মহকুমা প্ৰশাসনক সফুৰা দুখন মেৰামতি কৰি পুনৰ সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાબરકાંઠાના પોલીસે સાઈબર ક્રાઇમથી બચાવા ડ્રાઇવનું આયોજન કરાયું...!
સાબરકાંઠાના પોલીસે સાઈબર ક્રાઇમથી બચાવા ડ્રાઇવનું આયોજન કરાયું...!
Sambhal Violence: संभल हिंसा पर Akhilesh Yadav का बड़ा बयान, कहा- झूठ बोल रही है पुलिस | Aaj Tak
Sambhal Violence: संभल हिंसा पर Akhilesh Yadav का बड़ा बयान, कहा- झूठ बोल रही है पुलिस | Aaj Tak
Uttarkashi Rescue Operation: सुरंग के बाहर रेस्क्यू ऑपरेशन तेज, मजदूरों के लिए पुख्ता तैयारियां
Uttarkashi Rescue Operation: सुरंग के बाहर रेस्क्यू ऑपरेशन तेज, मजदूरों के लिए पुख्ता तैयारियां
মৰঙীৰ সাৰৰ গাঁৱৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।কথমপী প্ৰাণৰক্ষা চালকৰ।
মৰঙীৰ সাৰৰ গাঁৱৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
দৈনিক ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত...
RO/ARO Paper हुआ रद्द, लेकिन अब उठ रहे हैं कौन से सवाल? Akhilesh | Priyanka Gandhi
RO/ARO Paper हुआ रद्द, लेकिन अब उठ रहे हैं कौन से सवाल? Akhilesh | Priyanka Gandhi