মৰণ ফাণ্ডত পৰিণত হৈছে কাজিৰঙাৰ বাগৰীত থকা গোলাঘাট জিলাৰ আদৰণি তোৰণ।নিম্নাংশত মেলিছে বৃহৎ ফাট।যিকোনো মুহূৰ্তত দূৰ্ঘটনাৰ আশংকা স্থানীয় ৰাইজৰ।উল্লেখ্যে যে বোকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ উদ্যোগত নগাওঁ আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী বাগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কংক্ৰিটেৰে নিৰ্মাণ কৰা হৈছিল সফুৰা দুখন। কিন্তু মেৰামতিৰ অভাৱত সফুৰা দুখন নষ্ট হোৱাৰ উপক্ৰম হৈছে।এইক্ষেত্ৰত বোকাখাত মহকুমা প্ৰশাসনক সফুৰা দুখন মেৰামতি কৰি পুনৰ সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বান সাহাৰ্য্যৰ নামত গাঁও প্ৰধানৰ দুৰ্নীতি, শতাধিক পুৰুষ-মহিলাৰ কঞাঁ ৰাজহচক্ৰত হাল্লাবোল
ৰঙিয়া মহকুমাৰ কঞাঁ ৰাজহচক্ৰৰ অন্তৰ্গত বৰডোঙা বটাঁকুছিৰ গাওঁ প্ৰধান আনোৱাৰা আহমেদাৰ বিৰুদ্ধে বিগত...
શ્રીમદ્ ભાગવત સપ્તાહ જ્ઞાન યજ્ઞનું આયોજન..
ડીસા ખાતે શ્રીમદ ભાગવત સપ્તાહ જ્ઞાન યજ્ઞનું ભવ્ય આયોજન કરાયું
નિર્મળ ભુરાલાલ વીરજીભાઈ...
PM Modi Speech: 'अगली बार फिर तिरंगा फहराऊंगा..' बीच भाषण में मोदी के निकले पसीने Independence Day
PM Modi Speech: 'अगली बार फिर तिरंगा फहराऊंगा..' बीच भाषण में मोदी के निकले पसीने Independence Day
ઝાલાવાડમાં ગણપતિ ઉત્સવનું ભવ્ય આયોજન કરાયું
કોરોના ના બે વર્ષ બાદ કરતાં દર વર્ષની જેમ આ વર્ષે પણ વઢવાણ, જોરવારનગર, રતનપર,સુરેન્દ્રનગર શહેરના...
ટિકિટ અંગે જયેશ રાદડિયાએ આપ્યું મોટું નિવેદન, જુઓ વીડિયો
ટિકિટ અંગે જયેશ રાદડિયાએ આપ્યું મોટું નિવેદન, જુઓ વીડિયો