মঙ্গলদৈত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা,পৰ্য্যতন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা Assam skill University Project ৰ কামৰ অগ্ৰগতিৰ খতিয়ানৰ বুজ লোৱাৰ লগতে ভালেমান কামৰ অগ্ৰগতিৰ বুজ লয়।

অতি শীঘ্ৰেই Assam skill University ৰ কাম আৰম্ভ

 হ'ব।

এই University খন সম্পূৰ্ণ হ'ল অধিক সংখ্যকেই নিযুক্তি পাব।

আনহাতেদি দক্ষতা বিশ্ববিদ্যালয়ৰ মাটি বেদখল নহ'বলৈ জিলা প্ৰশাসনৰ দৃষ্টি ৰাখিবলৈ আহ্বান মন্ত্ৰী গৰাকীৰ