আজি বিশ্ব হেপাটাইটিছ দিৱস। গুৱাহাটী মেট্ৰ' হাস্পতালত পালন হেপাটাইটিছ দিৱস৷ হেপাটাইটিছ দিৱসৰ লগত সংগতি ৰাখি পুৱাই উলিওৱা হ'ল মাৰাথান দৌৰ৷ মাৰাথান দৌৰত ভাগ ল'লে ২০০ জনতকৈয়ো অধিক লোকে। হেপাটাইটিছ সম্পৰ্কে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ১০ কি:মি: মাৰাথান দৌৰ। এইবাৰৰ হেপাটাইটিছ দিৱসৰ থিম- 'Heaptitis can not wait.৷ ফ্লেগ অফ কৰে USTMৰ আচাৰ্য মেহবুবুল হক, কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राहुल गांधी की बढती लोकप्रियता से बौखलायी भाजपा सरकार- जोन्टी बीरवाल
लोकसभा में नेता प्रतिपक्ष राहुल गांधी के खिलाफ भाजपा नेता व मंत्रियों द्वारा की जा रही अमर्यादित...
ধেমাজি বিষ্ণুপুৰ গাওঁ পঞ্চায়তৰ সভাপতি/সচিবৰ বিৰুদ্ধে PMAY-G আঁচনিত দুৰ্নীতি কৰা অভিযোগ আটাছুৰ
ধেমাজি বিষ্ণুপুৰ গাওঁ পঞ্চায়তৰ সভাপতি/সচিবৰ বিৰুদ্ধে PMAY-G আঁচনিত দুৰ্নীতি কৰা অভিযোগ, সদৰত...
જસદણ ધારાસભ્ય કુંવરજીભાઈ બાવળીયા સહીયર સીટી મુલાકાત કરી
જસદણની ધારાસભ્ય કુંવરજીભાઈ બાવળીયા એ જસદણ માં આવેલ સહિયર સીટી સોસાયટી ખાતે રહીશો સાથે શુભેચ્છા...
ગળતેશ્વર ના વણાંકબોરી થર્મલ પાવર સ્ટેશનના કામદારોનો કાળી પટ્ટી ધારણ સાથે વિરોધ પ્રદર્શન
ખેડા જિલ્લાના ગળતેશ્વર ના વણાંકબોરી થર્મલ પાવર સ્ટેશન જ્યારથી કાર્યરત થયું ત્યારથી વીજ ઉત્પાદન...
कोटा के दरा एक्सगाँव सवारियों से भरी बस पलटी, बड़ा हादसा टला:25 फीट खाई में गिरी; यात्रियों को मामूली चोट, बस जयपुर से इंदौर जा रही थी रोडवेज़ बस
कोटा के दरा एक्सगाँव सवारियों से भरी बस पलटी, बड़ा हादसा टला:25 फीट खाई में गिरी; यात्रियों को...