শিৱসাগৰ বৈদ্যুতিক উপ সংমণ্ডলৰ বিশেষ গোহাৰি*

আজি শিৱসাগৰ বৈদ্যুতিক উপ সংমণ্ডলৰ তৰফৰ পৰা শিৱসাগৰ বাসী বিদ্যুৎ গ্ৰাহক সকলৰ বাবে এখনি বিশেষ গোহাৰী প্ৰেৰণ কৰিছে | এই বিশেষ গোহাৰি দ্বাৰা জনোৱা হয় যে সকলো গ্ৰাহকৰ সুবিৰ্ধাৰ্থে বিল পৰিশোধ কৰিবৰ বাবে দেওবাৰ তথা ২৮ অক্টোবৰ পৰা ৩১ অক্টোবৰ বুধবাৰৰ লৈকে বিদ্যুৎ কাৰ্য্যলয় খোলা ৰখা সিধান্ত লোৱা হৈছে | যদিহে কোনো বিদ্যুৎ গ্ৰাহকে বিল পৰিশোধ কৰিব বিচাৰে উক্ত দিন কেইটাত বিদ্যুতৰ বিল পৰিশোধ কৰিব পাৰিব |