হোজাই পৌৰসভাত সংবাদমেল।পৌৰনেত্ৰী আৰু দণ্ডাধীশৰ যৌথ সংবাদমেল।পৌৰ এলেকাত কৰা হব বাৰীৰ পুনঃমূল্যায়ন।ঘৰৰ পুনঃমূল্যায়ন কৰাৰ বাবে অসম চৰকাৰে প্ৰস্তুত কৰিছে এটা এপ।উক্ত এপত গৃহস্থই নিজেই তেওঁৰ ঘৰৰ তথ্য খিনি অন্তৰ্ভুক্ত কৰিব লাগিব বুলিও কৰিছে মন্তব্য।মুঠৰ ওপৰত কৰ সংক্ৰান্তীয় বিষয়ক লৈ হোজাই পৌৰসভাই আৰম্ভ কৰিব বিচৰা এই এপত ৰাইজে তথ্য সমূহ দাখিল কৰাৰ পিছত ৩১ ডিচেম্বৰত চূড়ান্ত তালিকা প্ৰকাশ কৰা হব বুলি কৰিছে মন্তব্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહિલાઓની સરકારને મુંડન ચીમકી ! ગાંધીનગરમાં LRD Waiting Listમાં રહેલી મહિલાઓનું આંદોલન તેજ
મહિલાઓની સરકારને મુંડન ચીમકી ! ગાંધીનગરમાં LRD Waiting Listમાં રહેલી મહિલાઓનું આંદોલન તેજ
ಬೆಂಗಳೂರಿನ 'ದಿ ನ್ಯಾಷನಲ್ ಎಜುಕೇಶನ್ ಸೊಸೈಟಿ ಆಫ್ ಕರ್ನಾಟಕ' ವತಿಯಿಂದ "ಕರ್ನಾಟಕ ರಾಜ್ಯೋತ್ಸವ, ದಸರಾ ಮತ್ತು ದೀಪಾವಳಿ ಹಬ್ಬ"ವನ್ನು ಅದ್ದೂರಿಯಾಗಿ ಆಚರಣೆ ಮಾಡಲಾಯಿತು.
ಬಸವನಗುಡಿ ನ್ಯಾಷನಲ್ ಕಾಲೇಜು ಆವರಣದಲ್ಲಿ ಮೈದಳೆದ ಜಾನಪದ ಸಾಂಸ್ಕೃತಿಕ ಸೊಗಡು: ವಿವಿಧ ಕಲಾ ಪ್ರಕಾರಗಳ ಅನಾವರಣ...
किसान नेताओं ने पंजाब सरकार से मांगा जवाब, बोले- पुलिस, फोर्स ने डॉक्टर्स तक को नहीं छोड़ा
किसान नेताओं ने पंजाब सरकार से मांगा जवाब, बोले- पुलिस, फोर्स ने डॉक्टर्स तक को नहीं छोड़ा
70 हजार पदों पर भर्तियों से युवाओं को मिलेंगे रोजगार के बेहतर अवसर- सीएम भजनलाल
जयपुर। मुख्यमंत्री भजनलाल शर्मा ने कहा कि शिक्षा व्यक्ति और समाज के विकास का मुख्य आधार है।...
ঢকুৱাখনা দুখনকৈ জৰাজীৰ্ণ বাঁহৰ দলংৰে বিপদ সংকুল যাত্ৰা কণ কণ ছাত্ৰ ছাত্ৰী, ৰাইজ।
ঢকুৱাখনা দুখনকৈ জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়ত কণ কণ শিক্ষাৰ্থী-ৰাইজৰ*
...