মাধৱ দেউৰী নেতৃত্বাধীন দেউৰী স্বায়ত্ত্বশাসিত পৰিষদত সংঘটিত আবাধ দুৰ্নীতিৰ অভিযোগত আজি পৰিষদৰ নাৰায়ণপুৰস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত সদৌ অসম দেউৰী সন্মিলন আৰু দেউৰী ছাত্ৰ সন্থাৰ নাৰায়ণপুৰ , বৰদেউৰী আঞ্চলিক সমিতিৰ লগতে দেউৰী ৰাইজৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনকেইটাই পৰিষদৰ মুখ্য কাৰ্যাবাহী সদস্য মাধৱ দেউৰী আৰু অধ্যক্ষ বিষ্ণু দেউৰীৰ নেতৃত্বত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি সমগ্ৰ দুৰ্নীতিৰ মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ দ্বাৰা তদন্ত কৰাৰ দাবী সম্বলিত পত্ৰ নাৰায়ণপুৰ ৰাজহচক্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ তাৰোপৰি পৰিষদখনত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী তোলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નાની ટીટોડ ગામે રહેણાક મકાનમાંથી ઈંગ્લીશ દારૂનો બોટલો કબજે કરતી છોટા ઉદેપુર LCB
નાની ટીટોડ ગામે રહેણાક મકાનમાંથી ઈંગ્લીશ દારૂનો બોટલો કબજે કરતી છોટા ઉદેપુર LCB
મળતી માહિતી...
LIVE : Devendra Fadnavis Rutuja Latke यांच्याविरोधात Murji Patel यांच्या माघारीवर म्हणतात...
LIVE : Devendra Fadnavis Rutuja Latke यांच्याविरोधात Murji Patel यांच्या माघारीवर म्हणतात...
આઠમા નોરતે મોટીરેલ ના પણદા ફળીયા માં માતાજી ના ચોકમાં ખેલૈયાઓ મન મૂકીને ઝૂમ્યા.
નવરાત્રી માતાજી ની આસ્થા,શ્રદ્ધા, અને ભક્તિ નો મહા પર્વ છે ત્યારે ફતેપુરા તાલુકા માં ફતેપુરા નગર...
Rajasthan Biparjoy Cyclone: बिपरजॉय से Rajasthan में कैसे मची तबाही, देखें तस्वीरें
चक्रवाती तूफा बिपरजॉय भले ही शांत हो गया हो, लेकिन वो राजस्थान में तबाही के निशान छोड़ गया...