তিতাবৰৰ দিহিঙীয়া লালুং গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়ালক লাগে ৰাইজৰ কিছু সহায় ।। জটিল ৰোগত আক্ৰান্ত আঠ বছৰীয় পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে লাগে বহু পৰিমাণৰ অৰ্থৰ ।। তিতাবৰৰ লালুং গাঁৱৰ নিৰ্বাসি ৰাজীৱ গগৈ আৰু পুবালী গগৈ আঠ বছৰীয় পুত্ৰ অৰ্ণব গগৈ আক্ৰান্ত হৈছে মগজুৰ জটিল ৰোগত যাৰ চিকিৎসা অসমত নাই ।। চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিশোৰটিক উন্নত চিকিৎসাৰ বাবে নিব লাগিব অসম বাহিৰলৈ কিন্তু দিন হাজিৰা কৰি খোৱা দুৰ্ভগীয়া পৰিয়ালটোৱে অসমৰ বাহিৰত চিকিৎসা কৰাব পৰাকৈ নাই সামৰ্থ জাৰবাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসী ৰাইজৰ আগত বিচাৰিলে আৰ্থিক সহায় ।। কোনো হৃদয়বানলোকে যদি দুৰ্ভগীয়া পৰিয়ালটিৰ পুত্ৰৰৰ চিকিৎসাৰ বাবে সহায় আগবঢ়াব বিচাৰে তেনেহলে অসম গ্ৰামীণ বিকাশ বেংক মাধপুৰ শাখাৰ একাউণ্ট নম্বৰ 7206010000656 আৰু IFSC PUNBORRBAGB অথবা 96788 19910 নম্বৰত যোগাযোগ কৰি আৰ্থিক ভাৱে সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ প্ৰতিক্ৰিয়া
জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰতি সামাজিক মাধ্যমত দুৰ্ভাগ্যজনক মন্তব্য কৰা...
চিলাপথাৰৰ চিচিবৰগাঁৱত আম আদমী পাৰ্টিৰ সমিতি গঠন ; সজাগতামূলক সভা ও যোগদান কাৰ্যসূচীঃ
ধেমাজি জিলাৰ চিলাপথাৰৰ চিচিবৰগাঁৱত আজি আপৰ এখন সভা অনুষ্ঠিত হৈ যায় । চৌখামটিঙস্হিত সাধনী ভৱনৰ...
সমাগত গনেশ চতুৰ্থীৰ বাবে গনেশ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত তিনিচুকীয়াৰ মৃৎ শিল্পী।
গনেশ চতুৰ্থীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ প্ৰতি লক্ষ্য ৰাখি গনেশ মূৰ্তিত শেষ পৰশ দিয়াত...
હારીજ નગરપાલિકાના પ્રમુખના પતિ દ્વારા રઘુવંશી સોસાયટી માં બ્લોક નાખવા માટે કર્યું ખાત મુહુર્ત
હારીજ નગરપાલિકા દ્વારા રઘુવંશી સોસાયટી માં બ્લોક નાખવા માટે તેમજ ગટર લાઇન અને સીસી રોડ ના નવીન...
#botad | બોટાદના ગઢડીયા ગામે પ્રતિબંધિત ગાંજો ઝડપાયો | Divyang News
#botad | બોટાદના ગઢડીયા ગામે પ્રતિબંધિત ગાંજો ઝડપાયો | Divyang News