ছিপাঝাৰ সমষ্টিৰ দেওমৰনৈ অঞ্ছলৰ ভুগৰ্ভৰ পানীত মাৰাত্মক আৰ্চেনিকৰ অৱস্থিতি। দিনৰ পিছত দিন ধৰি পানী সেৱন কৰি দূৰাৰোগ্য ৰোগত মৃত্য বহুলোকৰ। বৰ্তমানেও আক্ৰান্ত কুমাৰপাৰা, পাটিদৰং আদি গাৱঁৰ কিছু লোক। স্থানীয় "নিৰাময়" নামৰ এক NGOৰ তৎপৰতাত পোহৰলৈ আহিছে অঞ্চলটোৰ পানীত অতিমাত্ৰা আৰ্চেনিক থকাৰ তথ্য। এই লৈ দেওমৰনৈৰ কুমাৰপাৰাত উপস্থিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা। কন্দৰ্প কলিতাই গাওঁবাসীৰ সৈতে মত বিনিময় কৰি ঘটনাৰ বুজ লয় আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু স্বাস্থ্য বিভাগক উচিত পদক্ষেপ গ্ৰহণত অনুৰোধ জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જિલ્લાના એક નાયબ મામલતદાર ની બઢતી
જિલ્લાના એક નાયબ મામલતદાર ની બઢતી
INDIA Alliance Meeting: Delhi में AAP और Congress की बैठक खत्म, सामने आया Mukul Wasnik का बयान
INDIA Alliance Meeting: Delhi में AAP और Congress की बैठक खत्म, सामने आया Mukul Wasnik का बयान
कल शुरू होगी सस्ते 5G Smartphone की सेल, 5000 mAh बैटरी और जरबदस्त कैमरा से लैस
कल मोटोरोला के लेटेस्ट Moto G35 5G के लिए पहली सेल लाइव होने जा रही है। इसे 4 जीबी रैम और 128...
উৰিষ্যাৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱত অসমীয়া কবিৰ গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠ
পৰিচয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱত অসমীয়া কবিৰ গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠ
উৰিষ্যাৰ...
निशुल्क फिजियोथैरेपी चिकित्सा सेवा देकर मनाया राज्यसभा सांसद नीरज डांगी का जन्मदिन
निशुल्क फिजियोथैरेपी चिकित्सा सेवा देकर मनाया राज्यसभा सांसद नीरज डांगी का जन्मदिन ...