ছিপাঝাৰ সমষ্টিৰ দেওমৰনৈ অঞ্ছলৰ ভুগৰ্ভৰ পানীত মাৰাত্মক আৰ্চেনিকৰ অৱস্থিতি। দিনৰ পিছত দিন ধৰি পানী সেৱন কৰি দূৰাৰোগ্য ৰোগত মৃত্য বহুলোকৰ। বৰ্তমানেও আক্ৰান্ত কুমাৰপাৰা, পাটিদৰং আদি গাৱঁৰ কিছু লোক। স্থানীয় "নিৰাময়" নামৰ এক NGOৰ তৎপৰতাত পোহৰলৈ আহিছে অঞ্চলটোৰ পানীত অতিমাত্ৰা আৰ্চেনিক থকাৰ তথ্য। এই লৈ দেওমৰনৈৰ কুমাৰপাৰাত উপস্থিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা। কন্দৰ্প কলিতাই গাওঁবাসীৰ সৈতে মত বিনিময় কৰি ঘটনাৰ বুজ লয় আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু স্বাস্থ্য বিভাগক উচিত পদক্ষেপ গ্ৰহণত অনুৰোধ জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના કણઝરામાં અગાઉની અદાવતમાં છરી અને ધોકા વડે હુમલો કરી વૃદ્ધની હત્યા કરતાં ચકચાર
ડીસા તાલુકાના કણઝરા ગામે દેવીપૂજક પરિવારમાં કૌટુંબીક ઝઘડાની અદાવતમાં બે શખસોએ છરી અને ધોકા...
જસદણ માં બુધવારે અમીત શાહ આવશે જેને લઇ કુંવરજીભાઈ બાવળીયા આપી પ્રતિક્રિયા
જસદણ માં બુધવારે અમીત શાહ આવશે જેને લઇ કુંવરજીભાઈ બાવળીયા આપી પ્રતિક્રિયા