কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচনিয়ে মাজুলীৰ গ্ৰাম্যঞ্চলৰ যুৱকলৈ আনিছে আশাৰ বতৰা ৷

এতিয়া মাজুলীৰ গাঁও সমুহৰ যুৱক সকলে অব্যাহত ৰাখিছে দৌৰ অভ্যাস ৷ 

দেশৰ প্ৰতিৰক্ষাৰ সেৱাৰ স্বাৰ্থত এই দৰেই যুৱক সকলে অভ্যাস কৰি থকা দেখা গৈছে ৷

নিৱনুৱা যুৱক সকলৰ সংস্থাপনৰ অন্যতম হৈ পৰিব অগ্নিপথ আচনি ৷