ধেমাজি জিলাৰ অন্যতম শ্ৰেষ্ঠ প্ৰাথমিক বিদ্যালয় খ্যাতি বৰদলনি তিনিআলি প্ৰাথমিক বিদ্যালয়ৰ চাৰি কৃতী শিক্ষকক বিদায় সম্বৰ্ধনা বিদ্যালয় কতৃপক্ষ আৰু প্ৰাক্তন ছাত্ৰৰ। মমৰ দৰে গলি সমাজক জ্ঞান বিলোৱা, মানৱ সম্পদ গঢ়োতা, এই সকল সদ্য অৱসৰপ্ৰাপ্ত শিক্ষকৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটি আছিল অতি আবেগময়। বিদায় সম্বৰ্ধনা দিয়াটো আনুষ্ঠানিক এক নীয়ম যদিও শিক্ষাগুৰুৰ প্ৰতি থকা শ্ৰদ্ধা-ভক্তি সদায় পূজনীয় বুলি গণ্য কৰি আহিছে সমাজে। এইক্ষেত্ৰত আজি অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে যুগল ফুকন, দিপ্তী ফুকন, সুখলতা দত্ত, আৰু মণি শইকীয়াক সমূহীয়াকৈ শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে একত্ৰিত হৈ আন্তৰিক আৰু কায়িক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। এইক্ষেত্ৰত বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে লৈ উল্লেখনীয় ভুমিকা। উল্লেখযোগ্য যে, ধেমাজি জিলাৰ ভিতৰত ধাৰাবাহিক ভাৱে বৃত্তি লাভ কৰা শ্ৰেষ্ঠ বিদ্যালয় হৈছে বৰদলনি তিনিআলি প্ৰাথমিক বিদ্যালয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM Modi એ ટ્રાન્સપોર્ટ એરક્રાફ્ટ મેન્યુફેક્ચરિંગ પ્રોજેક્ટનો શિલાન્યાસ
PM Modi એ ટ્રાન્સપોર્ટ એરક્રાફ્ટ મેન્યુફેક્ચરિંગ પ્રોજેક્ટનો શિલાન્યાસ
ರಕ್ಷಾ ಫೌಂಡೇಷನ್ ನಿಂದ ೧.೫ ಲಕ್ಷ ಉಚಿತ ನೋಟ್ ಬುಕ್, ಕಲಿಕಾ ಪರಿಕರಗಳ ವಿತರಣೆ
ರಕ್ಷಾ ಫೌಂಡೇಷನ್ ನಿಂದ ೧.೫ ಲಕ್ಷ ಉಚಿತ ನೋಟ್ ಬುಕ್, ಕಲಿಕಾ ಪರಿಕರಗಳ ವಿತರಣೆ
...
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে লাহৰীঘাটতো ৰবিবাৰে অনুষ্ঠিত হয় পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে লাহৰীঘাটতো অঞ্চলে অঞ্চলে ৰবিবাৰে অনুষ্ঠিত হয় পলিঅ' প্ৰতিষেধক...
মৰাণত ড° অনিল শইকীয়াৰ দ্বাৰা সম্পাদিত ইলা বৰগোহাঁই ৰচনাৱলী উন্মোচন কৰিলে য়েছে দৰজে ঠংচি য়ে
মৰাণত ড° অনিল শইকীয়াৰ দ্বাৰা সম্পাদিত ইলা বৰগোহাঁই ৰচনাৱলী উন্মোচন কৰিলে য়েছে দৰজে ঠংচি য়ে...