আলফাৰ চাৰ্জেণ্টে মেজৰ অচিন্ত মৰাণ ওৰফে ইয়াংখু অসমৰ ধলাৰ হাঁহখাটি মালভোগ গাঁৱৰ ঘৰখনত শোকাকুল পৰিৱেশ ৷
৯ আগষ্টত অৰুণাচল প্ৰদেশৰ ভাৰত ম্যানমাৰ সীমান্তৰ পাংচোপাছত আছাম ৰাইফলচৰ লগত হোৱা আলফা NSCNৰ সংঘৰ্ষ গুলিবৃদ্ধ হোৱা আলফাৰ চাৰ্জেণ্টে মেজৰ অচিন্ত মৰাণ ওৰফে ইয়াংখু অসমৰ মৃত্যু হোৱা বুলি বৃহস্পতি বাৰে পোৱা প্ৰেছ বৃবিতি জৰিয়তে জনাইছিল আলফা (স্বা:)এ ৷
আলফা নেতাগৰাকীক অমৰ মৃতক ঘোষণাও আলফা কৰিছে স্বাধীনে ।
ঘৰৰ ল'ৰাটোৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই হাঁহখাটি মালভোগ গাঁৱত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ।