আজি তিতাবৰৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদে গণ স্বাক্ষৰ অভিযান ।। অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিপৰীতে অসমত প্ৰাৰম্ভিক পৰ্য্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষাই হ'ব লাগিব দাবী তুলি ABVP ৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ অনুসৰি যোৰহাট জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন শাখাৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয় আৰু বিদ্যালয় প্ৰাংগনত গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে আৰু এই গণ স্বাক্ষৰ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়া ABVP ৰ বিষয়ববীয়াই ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাহমৰাৰ চেপনত চৰাইদেউ জিলা কৃষিবিভাগৰ জ্ঞানকেন্দ্ৰ নিৰ্মাণৰ আধাৰ শিলা উদ্বোধন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে।
চৰাইদেউ জিলাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চেপনত আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে চৰাইদেউ জিলা...
মঙ্গলদৈ ইউথ ক্লাবত সত্ৰীয়া নৃত্য কৰ্মশালা
মঙ্গলদৈত সত্ৰীয়া নৃত্য কৰ্মশালা।
মঙ্গলদৈ ইউথ ক্লাবৰ উদ্যোগত সপ্তাহ যোৰা কায্যাসচীৰছ আৰম্ভ।
ইউথ...
दिल्ली-NCR में 10 साल का रिकॉर्ड टूटा, शीतलहर का सबसे लंबा महीना
दिल्ली-एनसीआर का मौसम ठंड के साथ घने कोहरे की मार झेल रहा है. यहां पर स्थिति में सुधार होता नहीं...