আজি তিতাবৰৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদে গণ স্বাক্ষৰ অভিযান ।। অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিপৰীতে অসমত প্ৰাৰম্ভিক পৰ্য্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষাই হ'ব লাগিব দাবী তুলি ABVP ৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ অনুসৰি যোৰহাট জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন শাখাৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয় আৰু বিদ্যালয় প্ৰাংগনত গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে আৰু এই গণ স্বাক্ষৰ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়া ABVP ৰ বিষয়ববীয়াই ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Koki: Pakistan से India कैसे आ गई ये मशहूर Sindhi Dish (BBC Hindi)
Koki: Pakistan से India कैसे आ गई ये मशहूर Sindhi Dish (BBC Hindi)
मल्टी कंपनी का सॉफ्टवेयर चोरी करके अपनी कंपनी का नाम लगाकर सस्ते में बेचने वाला अपराधी गिरफ्तार
मल्टी कंपनी का सॉफ्टवेयर चोरी करके अपनी कंपनी का नाम लगाकर सस्ते में बेचने वाला अपराधी गिरफ्तार
વડોદરામાં મોકસીરોડ પર આવેલી નેકટરહોમ કંપનીમાં ATSએ દરોડા પાડી 1000 કરોડનું ડ્રગ્સ ઝડપ્યો
રાજ્યમાં ડ્રગ્સનો દૂષણ ખૂબ જ હદે ફુલફાલી રહ્યો છે, કેટલાક દેશીવિરોધી તત્વો દેશમાં આંતરારાષ્ટ્રીય...
ফিল'বাৰীৰ পুৰণাবজাৰ খেলপথাৰত ৰাষ্ট্ৰীয় পোষণ মাহৰ পোষণ পঞ্চায়ত সম্পন্ন।
ফিল'বাৰীৰ পুৰণাবজাৰ খেলপথাৰত ৰাষ্ট্ৰীয় পোষণ মাহৰ পোষণ পঞ্চায়ত সম্পন্ন।
MCN NEWS| बैल जोडी चोरी प्रकरणातील आरोपीने चोरली दुचाकी याप्रकरणी तिघे जेरबंद
MCN NEWS| बैल जोडी चोरी प्रकरणातील आरोपीने चोरली दुचाकी याप्रकरणी तिघे जेरबंद