পশ্চিম যোৰহাটৰ ভাৰত পেট্ৰলিয়ামৰ সন্মুখত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহন আৰু পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাটোত যোৰহাটৰ মহবন্ধাৰ মনিষা নায়ক নামৰ এগৰাকী যুৱতী থিতাতে নিহত হয়। চাঙচোৱাৰ আকাশ ঘাটোৱাৰ নামৰ এজন যুৱকৰ সৈতে পালচাৰ বাইকত আহি থকা অৱস্থাত ঘটনাটো সংঘটিত হয়। আহত যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও যুৱকজনে চিকিৎসালয়ৰ পৰা পলায়ন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Assam Rifles inaugurates MVC centre at Chieswema in the name of late Capt N Kenguruse
ASSAM RIFLES INAUGURATES CAPT (LATE) N KENGURUSE, MVC CENTRE OF EXCELLENCE & WELLNESS...
NDA Meeting Updates: NDA गठबंधन की सबसे बड़ी बैठक आज, विभागों का हो सकता है बंटवारा | Aaj Tak
NDA Meeting Updates: NDA गठबंधन की सबसे बड़ी बैठक आज, विभागों का हो सकता है बंटवारा | Aaj Tak
જંબુસરમાં આવેલ વોર્ડ નંબર સાતમાં આવેલ ગ્રામ વાડી વિસ્તારના લોકો ગંદકીના કારણે હેરાન પરેશાન
જંબુસરમાં આવેલ વોર્ડ નંબર સાતમાં આવેલ ગ્રામ વાડી વિસ્તારના લોકો ગંદકીના કારણે હેરાન પરેશાન
२१ ऑक्टोबरपासून विजयदुर्ग-रत्नागिरी-बोरिवली बससेवा सुरू
खेड : विजयदुर्ग रत्नागिरी-बोरीवली एसटी बससेवा २१ ऑक्टोबरपासून सूरू करण्यात येणार आहे. या फेरीची...