আজি জনতা ভৱনত ধিং এক্সপ্ৰেছ হিমা দাসৰ সৈতে বার্তালাপ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।। সাক্ষাৎকালত বাৰ্মিংহামত অলপতে অনুষ্ঠিত কমনৱেলথ গেমছত তেওঁৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে হিমা দাসে । ২০২৬ চনৰ কমনৱেলথ গেমছৰ বাবে কঠোৰ অনুশীলনৰ কথা ব্যক্ত কৰাৰ লগতে অসম চৰকাৰৰ তৰফৰ পৰা সকলো সহায়ৰ আশ্বাস প্রদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে আজি মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ কিছু আৰ্থিক সাহায্য আগবঢ়াই হিমা দাসে ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
প্ৰাপ্য মজুৰিৰ দাবীত টিংখাঙৰ নামদাং খণ্ড বন বিষয়াৰ কাৰ্যালয়ত শ্ৰমিকৰ প্ৰতিবাদ
টিংখাঙৰ খোৱাং বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ নাংদাং খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে বনানিকৰণত...
মঙলদৈত অতুল শৰ্মাৰ ঘটনাৰ ওপৰত চচিয়েল মিডিয়াত পোষ্ট কৰাৰ ওপৰত এজাহাৰ দাখিল
মঙলদৈত অতুল শৰ্মাৰ ঘটনাৰ ওপৰত চচিয়েল মিডিয়াত পোষ্ট কৰাৰ ওপৰত এজাহাৰ দাখিল।
মঙলদৈত অতুল শৰ্মা...
শিৱসাগৰৰ কোঁৱৰপুৰ বৰখাটপাৰ সত্ৰত উপস্থিত ৰাজ্যপাল গোলাৱচান্দ কাটাৰিয়া।
শুকুৰবাৰে দিনৰ দহ বজাৰ পৰা প্ৰায় দুটাঘণ্টা অতিবাহিত কৰে ৰাজ্যপাল গোলাৱচান্দ কাটাৰিয়াই। অসমৰ...
भाई की कलाई पर राखी बांधने की हसरत लिए बैठी थी बहने, उधर पुलिस ने दी शव मिलने की सूचना तो घर मे मचा कोहराम
बून्दी। भीमलत महादेव के झरने में शनिवार को पैर फिसलने से से नीचे गिरे युवक के शव को सोमवार सुबह...
অৰাজনৈতিক মুহূৰ্তত অখিল গগৈ, গুৱাহাটীৰ পৰা দিল্লীলৈ ভ্ৰমণৰত অৱস্থাত অনুৰাগীৰ সৈতে উঠিলে ছেলফি
অৰাজনৈতিক মুহূৰ্তত অখিল গগৈ, গুৱাহাটীৰ পৰা দিল্লীলৈ ভ্ৰমণৰত অৱস্থাত অনুৰাগীৰ সৈতে উঠিলে ছেলফি...