*শিৱসাগৰ খেলুৱা উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি*

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

বিগত ১০ বছৰত খেলুৱা উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ নামত চলিছে ব্যাপক দুৰ্নীতি | ৰাইজৰ দ’লৰ অভিযোগ অনুসৰি পঞ্চায়তৰ প্ৰতিনিধি , জিলা পৰিষদৰ সচিব , খেলুৱা উন্নয়ন খণ্ডৰ বিষয়াৰ লগতে বহু বিষয়া কৰ্মচাৰী এই দুৰ্নীতি লগত জড়িত হৈ আছে | কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত ৫১৩ টা ঘৰৰ ভিতৰত ৩৮৬ তা ঘৰে বৰ্তমান অস্তিত্বহীন | এই কেলেংকাৰী লগত জড়িত প্ৰত্যেক জনক উচিত শান্তি বিচাৰি আজি শিৱসাগৰ সদৰ থানাত এখন এজেহাৰ দাখিল কৰে ৰাইজ দলে |