ধেমাজি, ২৭ জুলাই: ভাৰত চৰকাৰে উদযাপন কৰি থকা আজাদী কা অমৃত মহোৎসৱৰ স’তে সংগতি ৰাখি উত্তৰ ধেমাজি গাওঁ পঞ্চায়তৰ উদ্যোগত কৃষকসকলক অধিক স্বাৱলম্বী হ’ব পৰাকৈ চৰকাৰে আগবঢ়োৱা পি এম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীসকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সমস্যাবোৰ দূৰ কৰাৰ মানসেৰে বুধবাৰে গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ সভা কক্ষত এক বিশেষ গাওঁ সভাৰ যোগেদি ই-কে ৱাই চি ফিংগাৰিং ব্যৱস্থা গ্ৰহণ কৰা হয় লগতে সাম্প্ৰতিক সময়ত আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা আৰু চৰকাৰৰ প্ৰতিটো কামতেই আধাৰ লিংকৰ প্ৰয়োজনীয়তাৰ কথা সভাত উপস্থিত ৰাইজক অৱগত কৰা হয় ৷ সভাতেই আগন্তুক দিনত চৰকাৰী আৱাস গৃহকে ধৰি জব্ কাৰ্ড,ইন্দিৰা মিৰি পেঞ্চন আঁচনি,অৰুনোদয়,বিকলাংগ পেঞ্চনৰ সকলো হিতাধিকাৰীয়ে এতিয়াৰেপৰা আধাৰ নম্বৰ সংলগ্ন কৰাটো বাধ্যতামূলক হোৱা বুলি ৰাইজক অৱগত কৰা হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાવચેત રહો આ રાજ્ય! આજથી બે દિવસ વરસાદ કરશે પાયમાલ , હવામાન વિભાગે જાહેર કર્યું એલર્ટ
દેશના અનેક રાજ્યોમાં ચાલી રહેલા ચોમાસાના બીજા તબક્કામાં પણ ભારે વરસાદ થઈ રહ્યો છે. ધારણા...
Income Tax Department ने टैक्सपेयर्स को किया सावधान, कहीं आपने भी तो नहीं किया ये ट्रांजेक्शन
इनकम टैक्स डिपार्टमेंट कई टैक्सपेयर्स को मैसेझ शेयर कर रहा है। कई लोग इन मैसेज को नोटिस समझ रहे...
নাজিৰা লিগিৰীপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ ৭৪ তম প্ৰতিষ্ঠা দিৱস ।
বৃহস্পতিবাৰে নাজিৰা লিগিৰীপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ ৭৪ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ।...
G20 Summit 2023: Bharat Mandapam से समिट को लेकर Aaj Tak की मेगा कवरेज | PM Modi Speech | Aaj Tak
G20 Summit 2023: Bharat Mandapam से समिट को लेकर Aaj Tak की मेगा कवरेज | PM Modi Speech | Aaj Tak