গোলাঘাট,২৫ আগষ্ট: গোলাঘাট জিলাৰ সম নাগালেণ্ড সীমান্তৰ অন্তৰ্গত মেৰাপানী গৰু বজাৰত ক্ৰেতা বিক্ৰেতাৰ পৰা কৰ কাটল সংগ্ৰহ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে গমাৰিগুৰি আঞ্চলিক পঞ্চায়তে। যোৱা ২৩ আগষ্টত গমাৰিগুৰি আঞ্চলিক পঞ্চায়ত কাৰ্য্যালয়ত অনুস্থিত কাৰ্য্যনিৰ্বাহক সভাত এই নিষেধাজ্ঞা সন্দৰ্ভত বিবৃতি প্ৰকাশ কৰা হয়। এতিয়াৰে পৰা মেৰাপানী গৰু বজাৰত গৰুৰ ক্ৰয় বিক্ৰয়ৰ বাবদ কোনো মহলদাৰে ৰচিদ প্ৰদান বন্ধ ৰখাৰ লগতে সংগ্ৰহ কৰিব নোৱাৰিব কৰ কাটল। গমাৰিগুৰি আঞ্চলিক পঞ্চায়তৰ সচিব তথা কাৰ্য্যবাহী বিষয়া জয়ন্ত মাধৱ শৰ্মাই জাৰি কৰা নিৰ্দেশনা অমান্য কৰি গৰু বজাৰৰ নামত কৰ কাটল সংগ্ৰহ কৰিলে এই কাৰ্য্যক বে-আইনী বুলি ঘোষণা কৰি আইন ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ কৰাৰ বিষয়েও উল্লেখ কৰিছে বিবৃতিটোত। উল্লেখযোগ্য যে, সময়মতে মেৰাপানী গৰু বজাৰৰ নিবিদা প্ৰক্ৰিয়া সম্পন্ন নোহোৱাৰ পৰিপ্ৰেক্ষিতত বিগত দুটা মাহ ধৰি গৰু বজাৰখনক কেন্দ্ৰ কৰি এক অৰাজক পৰিবেশৰ সৃষ্টি হৈছিল। ইফালে এই নিষেধাজ্ঞা জাৰি হোৱাৰ পাছতেই এতিয়া হুৱাদুৱা লাগিছে গৰু ব্যৱসায়ৰ সৈতে জড়িত স্থানীয় ব্যৱসায়ীসকলৰ মাজত। কিয়নো, কৰ কাটল সংগ্ৰহত বাধা আৰোপ কৰাত কাৰ্য্যতঃ মেৰাপানী গৰু বজাৰখনেই সাময়িকভাৱে বন্ধ হৈ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दीपिका ने दिलजीत के कॉन्सर्ट में ली सरप्राइज एंट्री:गले भी लगाया, सिंगर ने कहा- कभी सोचा नहीं था इनको पास से देख पाऊंगा
दीपिका पादुकोण ने शुक्रवार रात बेंगलुरु में दिलजीत दोसांझ के दिल-ल्यूमिनाटी कॉन्सर्ट में सरप्राइज...
आष्टीत तहसील चा भोंगळ कारभार
महिन्याचा आणि आठवड्याचा पहिला दिवस असताना आष्टी तहसील कार्यालयामध्ये दुपारी 12 वाजेपर्यंत...
ભારતીય ઉદ્યમિતા વિકાસ સંસ્થાન (EDII)નો ૨૩મો દીક્ષાંત સમારોહ યોજાયો
ભારત સરકારના સ્કિલ ડેવલોપમેન્ટ અને આંત્રપ્રિન્યોરશિપ મિનિસ્ટ્રી દ્વારા માન્યતા પ્રાપ્ત એવી...
बूंदी के रामगढ़ में दूसरे राजा ने लगाई उम्मीद की छलांग
बूंदी के रामगढ़ में दूसरे राजा ने लगाई उम्मीद की छलांग
पहली बार रामगढ़ में ट्रेंकुलाइज कर...