দৰঙৰ খাৰুপেটীয়াত আজি আবকাৰী বিভাগৰ দ্বাৰা চুলাই মদ জব্দ কৰা হয়। আবকাৰী পৰিদৰ্শক দিপিকা শৰ্মাৰ নেতৃত্বত আজি খাৰূপেটিয়াৰ বিভিন্ন ঠাইৰ লগতে মাচুৱা পত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ চূলাই মদ জব্দ কৰে। জব্দ কৰা চুলাই মদ খিনি টাঙনি নৈৰ পাৰত নষ্ট কৰি দিয়া হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मोटोरोला ने लॉन्च किए चुपके से दो नए स्मार्टफोन, Moto G35 और Moto G55 5G में तगड़ी हैं खूबियां
मोटोरोला ने ग्लोबल मार्केट में Moto G35 और Moto G55 5G स्मार्टफोन लॉन्च किए हैं। एक फोन को एंट्री...
চাপৰমুখ গীতাদেবী হানচাৰীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতন ত দশম আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন।১৫০ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীয়ে কৰিলে যোগাসন।
সমস্ত বিশ্বৰ লগতে বৃহতৰ ৰহা চাপৰমুখতো দশম আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ সমান্তৰালকৈ...