শিৱসাগৰত অসমীয়া বোলছবি Bulu flim ৰ প্ৰচাৰ

৯ চেপ্তেম্বৰত মুক্তি লাভ কৰিব হিমাংশু প্ৰসাদ দাসৰ এখন অসমীয়া বোলছবি Bulu flim | সমগ্ৰ ৰাজ্যতে এই ছবি খনি প্ৰচাৰ চলাই থকা হৈছে | আজি শিৱসাগৰ বহুকেইটা স্থানৰ লগতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় , শিৱসাগৰ ছোৱালী মহাবিদ্যালয় , শিৱসাগৰ সাংস্কৃতিক জুনিয়ৰ কলেজত এই ছবি খনিৰ প্ৰচাৰ চলোৱা হয় | ল’ক ডাৱনৰ সময়ত সৰ্ব সাধাৰণ ৰাইজৰ কি দৰ্শা হৈছিল ৷ যাৰ বাবে তিনিজন যুৱকে কেনে ধৰনৰ পন্থা হাতত লৈছিল ৷ ইযাৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন | লগতে পৰিচালক হিমাংশু প্ৰসাদ দাসে কয় এই ছবিখনত দৰ্শকে চাপৰি মৰাৰ বিপৰিতে কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে | কিন্তু কিয় ? এই বিষয়ে আপুনি জানিবলৈ হ’লে যাব লাগিব ছবি গৃহলৈ |