সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সৌজন্যত আৰু নুমলীগড় আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তেলগৰম ৰংগমঞ্চ অনুষ্ঠিত কাৰ্যসূচী অনুসৰি পুৱা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পুৱাৰ বিভিন্ন কাৰ্যসূচীৰ অন্তত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজিৎ দত্তৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হয়। বিশিষ্ট পৰিৱেশকৰ্মী , সাংবাদিক তথা জননী লাইভৰ মুখ্য সম্পাদক অপূৰ্ব বল্লভ গোস্বামীয়ে উদ্বোধন কৰা সভাত বিশিষ্ট সাংবাদিক উৎপল বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত স্মৃতিগ্ৰন্থ ‘সংগ্ৰাম’ উন্মোচন কৰা হয় । ইয়াৰ পিছতেই বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামীক সংগঠনটোৰ প্ৰদত্ত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যিক বঁটা প্ৰদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
*👌ગુજરાત પોલીસના ઇતિહાસમાં "આઉટ ઑફ ટર્ન પ્રમોશન"... PSI થી Dy.Sp અને ત્યાંથી SP નું પ્રમોશન(માત્ર 19 વર્ષની સર્વિસમાં)*
*👌'માત્ર 19 વર્ષની નોકરીમાં જ ભાવેશ રોજીયા SP બની ગયા'🚨*
*✍️ભાવનગરના વતની ભાવેશ...
মৰান ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ উদ্যোগত আৰুমৰান চাইক্লিং ক্লাৱআৰুমৰিনবাসীৰ সহযোগতমৰানত চাইকেল ৰেলী।
কাইলৈ দেশবসীয়ে অনুষ্ঠিত কৰিব ৭৫তম স্বাধীনতা দিৱস।স্বাধীনতাদিৱস উদ্যাপনৰ কাৰনে বিশেষকৈ...
India के दो रास्तों को जोड़ने के लिए Bangladesh से निकलेगी रेल! Agartala Akhaura Railway line
India के दो रास्तों को जोड़ने के लिए Bangladesh से निकलेगी रेल! Agartala Akhaura Railway line