জলজীৱন মিছন আঁচনি সন্দৰ্ভত মৰিগাঁৱত এদিনীয়া কৰ্মশালা। জনস্বাস্থ্য কাৰিকৰী বিভাগ, মৰিগাঁও সংমণ্ডলৰ উদ্যোগত জলজীৱন মিছন আঁচনিৰ জড়িয়তে গাঁৱ অঞ্চলৰ প্ৰতিঘৰ মানুহে ৫৫ লিটাৰকৈ বিশুদ্ধ খোৱা পানী পোৱা, আঁচনিখনৰ কামকাজৰ তদাৰকী , পৰিচালনা আৰু দীৰ্ঘম্যাদী কৰাৰ বাবে জনসাধাৰণৰ সহায় সহযোগিতা আদি কৰি আঁচনি খন সফল ৰূপায়ন কৰা সন্দৰ্ভত অসম জীবিকা অভিযানৰ CLF, VO আৰু আত্মসহায়ক গোটৰ সদস্যা সকলৰ মাজত এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।উক্ত কৰ্মশালাত জনস্বাস্থ্য কাৰিকৰী বিভাগ মৰিগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা তথা দিলীপ কাকতি, সহকাৰী কাৰ্যবাহী অভিযন্তা দিবেশ চন্দ্ৰ ৰায় মেধি, সহকাৰী কাৰ্যবাহী অভিযন্তা (কাৰীকৰি) মহাদেৱ ডেকা, ASLRMৰ জিলা প্ৰকল্প প্ৰৱন্ধক ধীৰাজ নাথৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ মৰিগাঁও সংমণ্ডলৰ বহুকেইজন বিষয়া আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গাওঁৰক্ষী বাহিনীয়ে বৃদ্ধাশ্ৰমত উদযাপন কৰিলে স্বাধীনতা দিৱস
গাওঁৰক্ষী বাহিনীয়ে বৃদ্ধাশ্ৰমত উদযাপন কৰিলে স্বাধীনতা দিৱস
চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী...
'Congress को ज़्यादा वोट' Raghav Chadha ने कौन सा गणित समझाया? INDIA गठबंधन के अंदर की बात भी बोल गए
'Congress को ज़्यादा वोट' Raghav Chadha ने कौन सा गणित समझाया? INDIA गठबंधन के अंदर की बात भी बोल गए
'परिवारवाद भारत छोड़ो, भ्रष्टाचार भारत छोड़ो, तुष्टिकरण भारत छोड़ो', मिशन 2024 के पहले BJP ने दिया नारा
नई दिल्ली। अगस्त क्रांति के शुभारंभ की वर्षगांठ नौ अगस्त को भाजपा ने अपने उसी अस्त्र को नई...
મહેમદાવાદ વોર્ડ નંબર 2 વાવ વિસ્તારમાં ગટરના ગંદા પાણી રોડ ઉપર...!!! રહેવાસીઓ થયા હેરાન પરેશાન...!!!!
મહેમદાવાદ શહેરમાં આવેલ વોર્ડ નંબર-2 ના વાવ ફળીયા વિસ્તાર મા ગટરના ઢાંકણા પાસે મોટો હોય તેમ જ ખાડો...