ABVP Assam ৰ স্পষ্ট দাবী অসম চৰকাৰে 𝗡𝗮𝘁𝗶𝗼𝗻𝗮𝗹 𝗘𝗱𝘂𝗰𝗮𝘁𝗶𝗼𝗻 𝗣𝗼𝗹𝗶𝗰𝘆 2020  সম্পূৰ্ণ ৰূপে হুবহু অসমত বলবৎ কৰিব লাগিব আৰু প্ৰাৰম্ভিক পৰ্য্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষাই  হ'ব লাগিব ।যোৱা কালি পৰা সমগ্ৰ অসমত ৰাজ্যিক সমিতিৰ নিৰ্দেশ অনুসৰি অসমৰ প্ৰত্যেক খন মহাবিদ্যালয় লগতে আজি মৰাণ মহাবিদ্যালয় প্ৰাংগনত স্বাক্ষৰ অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয়।