টিংখাংৰ ৰোগাক্ৰান্ত ২৩০ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁ‌জিৰ চেক প্ৰদান মন্ত্ৰী বিমল বড়াৰ।

টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াই নিজ বাসগৃহত আজি সমষ্টিটোৰ ৰোগাক্ৰান্ত লোক সকলক চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিক ভাৱে কিছু সকাহ দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বদান্যতাত ২৩০ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁ‌জিৰ চেক প্ৰদান কৰে । আৰু সকলোৰে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।