গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বন বিভাগে চোৰাং কাঠ সৰবৰাহ তথা অবৈধ কাঠফলা কলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে ধূপধৰাৰ সমীপৰ মালাংকোণাত বনবিভাগে এটা অবৈধ কাঠফলা কল উৎখাত কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্যমতে গোপন সূত্ৰে লাভ কৰা এক খবৰৰ ভিত্তিত ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া শৰত দাসৰ নেতৃত্বত যোৱা এটি বনকৰ্মীৰ দলে ধূপধৰাৰ মালাংকোণাত অভিযান চলাই অবৈধ কলটো উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ চোৰাং শালগছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । পিচত জব্দ কৰা মিলৰ যন্ত্ৰপাতিৰ লগতে কুণ্ডাসমূহ ধূপধৰাস্থিত কাঠভঁৰাল চৌহদলৈ অনা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણની સરકારી હોસ્પિટલ ખાતે આવતીકાલે બ્લડ સ્ટોરેજ યુનિટ નું ઉદઘાટન થશે
જસદણની સરકારી હોસ્પિટલ ખાતે આવતીકાલે બ્લડ સ્ટોરેજ યુનિટ નું ઉદઘાટન થશે સ્થાનિક ધારાસભ્ય બાવળીયા...
মাধ্যম আন্দোলনৰ ৫০ বছৰ পূৰ্তি উপলক্ষে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী
মাধ্যম আন্দোলনৰ ৫০ বছৰ পূৰ্তি উপলক্ষে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী
03મહુધા વિધાનસભા ના ૧૬ રાઉન્ડ પુરા થતા ૩૬૧૮ મત થી ભાજપ આગળ
03મહુધા વિધાનસભા ના ૧૬ રાઉન્ડ પુરા થતા ૩૬૧૮ મત થી ભાજપ આગળ
ৰহা হাৰিয়ামুখত কলংপৰিয়া বিহু সমিতিৰ ৭দিনীয়া বিহু কৰ্মশালা সম্পন্ন
বিহু নৃত্য গীতেৰে মুখৰিত কলং ৰ পাৰ
ৰহা হাৰিয়ামুখত কলংপৰিয়া আঞ্চলিক বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ১৬ এপ্ৰিলৰ পৰা ৭ দিনায়া...