মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহন কৰি থকা আৰু ভৱিষ্যতেও মাতৃভাষা মাধ্যমৰে শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰছাত্ৰী সকলৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী আৰু গনিত বিষয় দুটা ইংৰাজীত পঢ়োৱাতো বাধ্যতামূলক কৰাৰ বাবে অসম চৰকাৰে লোৱা শেহতীয়া সিদ্ধান্তক জাতীয় বিদ্যালয় সমুহে বিৰোধিতা কৰে। তাৰোপৰি সমাজ অধ্যয়ন বিষয়টো উঠাই দি বুৰঞ্জী আৰু ভূগোল বিষয় সন্নিৱিষ্ট কৰিব বিচৰা সিদ্ধান্তকো বিৰোধিতা কৰে। যাৰবাবে বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ ৪০ খনকৈ জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী পৰিষদৰ বিষয়ববীয়াই অসম চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰি ছাত্ৰছাত্ৰীৰ অতিৰিক্ত বোজা সদৃশ সিদ্ধান্ত বাতিল কৰাৰ দাবীত উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
টিৰাপ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ফুটবল খেলৰ সামৰণি ।। Football Tournament
টিৰাপ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ফুটবল খেলৰ সামৰণি ।। Football Tournament
ડીસામાં હાથીપગા રોગને અટકાવવા આરોગ્ય વિભાગ એલર્ટ
દક્ષિણ ગુજરાતમાં હાથીપગા (ફાઈલેરિયા) રોગના શંકાસ્પદ કેસો મળી આવતા સમગ્ર ગુજરાતમાં આરોગ્ય વિભાગ...
આટકોટ હાઈવે નવી બનતી દુકાનમાં સ્લેબ ની પ્લેટો ની ચોરી કરતા તસ્કરો
આટકોટ હાઈવે નવી બનતી દુકાનમાં સ્લેબ ની પ્લેટો ની ચોરી કરતા તસ્કરો
The Night Manager, starring Aditya Roy Kapur, will return for a second season; find out when it will be released. - Newzdaddy
Release of The Night Manager, Part 2: With its gripping plot and excellent casting, The Night...